Sample Text

[DECLARATION]

Friends, this blog is a humble attempt towards my social responsibility and sharing my thoughts and experiences. I’d like to assure the viewers that I don’t intend to defame anybody, I don’t intend to hurt anybody’s feelings or judge anyone. Thank You.

Saturday, 16 January 2016

কবিতা মোৰ গান, আজি মোৰ প্ৰাণ


শুকুলা মেঘত ভাঁহি ফুৰা তুমাৰ ছবি
কি যে বিপাঙত পৰি,
তৰাৰ মাজতো তোমাক বিছাৰি ফুৰো
তোমাৰ ছবি প্ৰতি দিনেই আঁকি।

শব্দ বিছাৰি নোপোৱা নিশব্ধ নিশা
পোৱা নোপোৱা নেদেখা ছবিত,
শব্দ বিছাৰি নেপাওঁ এখোজ খোজৰ
কিজানি পলকতে হেৰাই যায় বুলি।

No comments:

Post a Comment